Assamese Love Quotes

সকলোকে জনাম আমাৰ কথা কলিজাৰ পাতত তোমাৰ ঠিকনা লিখি যদি এবাৰ সহাৰি দিয়া বুজায় মোৰ বুকুৰ ব্যথা।
উৰি গুচি যাম এবুকু হেঁপাহ লৈ বহু দূৰলৈ আৰু তুমি ??? এবাৰো ঘূৰি নাচাবা নে তোমাৰ সোণবৰণীয়া চুলিকোচা মেলি ??? এবাৰ জানো উছুপি নুঠিবা...? কঁপা কঁপা ওঁঠেৰে ক'বা নে মোক আৰু মাত্ৰ এটা ক্ষণ ৰৈ যোৱা বুলি সঁচাকৈ উৰি যাম এবুকু সপোন লৈ বহু দূৰলৈ
এনেয়ে জানোঁ মনে মনে আছো, কিবা এটা মইও নিশ্চয় সহ্য কৰিছোঁ ।
প্ৰেম সকলোৱে কৰে, কিন্তু সকলোৱে জানো সেই প্ৰেম প্ৰাপ্ত কৰিব পাৰে..? নোৱাৰে,কাৰণ প্ৰেম কোনো প্ৰাপ্তিৰ নাম ন'হয়.ই কেবল এটি পবিত্ৰ অনুভুতি যাক নাপালেও , তাৰ প্ৰতিটো মধুৰ স্মৃতিয়ে আমাক জীয়াই ৰাখে...

Comments

Popular posts from this blog